Mask
Live Program Schedule – বটদ্ৰৱা থান
🔴 লাইভ কাৰ্যসূচী (Live Program)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী উৎসৱ উদযাপন
বটদ্ৰৱা থান (আলিপুখুৰী) নগাঁও, অসম

বৰ্তমান চলি থকা কাৰ্যসূচী:
লোড হৈ আছে…
অধিক জানক
কাৰ্য্যক্ৰমণিকা - সাংস্কৃতিক ও ধৰ্মীয় মহোৎসৱ ২০২৬
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ (৫৭৮ সংখ্যক) জন্ম জয়ন্তী উৎসৱ উদযাপন

কাৰ্য্যক্ৰমণিকা

পৱিত্ৰ বাৰ্ষিক ধৰ্মীয় তথা সাংস্কৃতিক মহোৎসৱ - ২০২৬

আশ্বিন ২, ৩, ৪ (২০, ২১, ২২ চেপ্তেম্বৰ, ২০২৬)

২ আহিন (২০ চেপ্তেম্বৰ, ২০২৬) দেওবাৰ

প্ৰথম দিনা
পুৱা ৩-৩০ বজাত
: তাল কোবোৱা প্ৰসংগ।
পুৱা ৪-০০ বজাত
: মঞ্জিৰা নাম।
পুৱা ৮-০০ বজাত
: আইসকলৰ নাম।
পুৱা ১০-০০ বজাত
: চিত্ৰাংকণ প্ৰতিযোগিতা।

উদ্ঘাটক: শ্ৰীযুত প্ৰৱৰ জ্যোতি শৰ্মা বৰুৱা

অধ্যক্ষ, বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়।

পুৱা ১১-০০ বজাত
: নাম-প্ৰসংগ আৰু প্ৰসাদ বিতৰণ।
পুৱা ১১-৩০ বজাত
: থিতাতে লিখা ৰচনা প্ৰতিযোগিতা

উদ্ঘাটক: শ্ৰীযুত গোবিন চন্দ্ৰ দাস

কাৰ্যকৰী সভাপতি, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি।

দিনৰ ১-০০ বজাত
: সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা

উদ্ঘাটক: শ্ৰীমতী হীৰামণি বৰুৱা

অধ্যক্ষ, শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

দিনৰ ২-০০ বজাত
: সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

উদ্ঘাটক: শ্ৰীযুত দেৱাশীষ শৰ্মা

উপদেষ্টা, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি।

বিশিষ্ট অতিথি:
- ড° নমিতI কলিতা (অধ্যক্ষ, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়)

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি

বটদ্ৰৱা, নগাঁও, অসম